ডায়েট ধেমাজি শীৰ্ষ গীত: বহু মণিষীয়ে গঢ়া বহু সাধনাৰে জ্ঞানৰ আলয় খনি ৰাখোঁ যতনেৰে, আৰ্ষিশ মাগো আমি শত মণিষীৰ জোনাক জিলিকে আমাৰ হিয়াত। তুমি প্ৰজ্ঞাৰ সাধনাৰে জ্ঞানৰ অন্বেষণেৰে কৰিলা দহকো মহিয়ান, তুমি সপোন প্ৰজন্মৰে জ্ঞানৰ বন্তি উজলাই ৰাখিলা জাতিৰ সন্মান , তোমাক যাচিছোঁ ভকতি প্ৰণাম শিক্ষাৰ অৰ্ঘৰে এগছি চাকি। জীৱন জিলিকাম জ্ঞানৰ জ্যোতিৰে সজাম সমাজ নৱ চিন্তাৰে , জ্ঞানৰ আলয় খনি সজাম আমি জিলিকাম জগতত তাৰেই জ্যোতি। সৱাতো আশিস লৈ শিৰে তুলি যুগমীয়া কৰোঁ আমি এই ধৰণী গঢ়ো আমি ডায়েট ধেমাজি ডায়েট ধেমাজি.